নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজন মন্ত্ৰীয়ে স্থাপন কৰিব মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ ফুটবলৰ ৰাজপুত্র ডিয়েগ’ মাৰাডোনা আৰু নাই৷ সমগ্র ফুটবল বিশ্বক স্তব্ধ কৰি বুয়েনছ আয়ার্ছৰ পৰা আহিল এই দুসংবাদ৷ পৰিয়ালৰ সৈতে বুয়েনছ আয়ার্ছৰ বাসগৃহত থকা অৱস্থাত ৬০ বছৰীয়া মাৰাডোনাই হঠাতে হূদৰোগত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে৷

গোৱাৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মাইকেল লৱই ঘোষণা কৰিছে যে, গোৱাৰ ফুটবল অনুৰাগী যুৱ প্ৰজন্মক উৎসাহিত কৰাৰৰ উদ্দেশ্যে তেওঁ নিজাববীয়াকৈ মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি শীঘ্ৰে স্থাপন কৰিব ৷

লগতে পঢ়কঃ ২৬/১১ বর্ষপূর্তিঃ মুম্বাই আক্ৰমণৰ বাৰটা বছৰ সম্পূৰ্ণ

You might also like