অসমত নিমখৰ নাটনি হোৱা নাই
নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ অসম আৰক্ষীয়ে জনসাধাৰণক সতৰ্ক কৰি দিছে যে ৰাজ্যত কোনো ধৰণৰ নিমখৰ নাটনি হোৱা নাই। এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন। অসম আৰক্ষীয়ে টুইট যোগে এই কথা প্ৰকাশ কৰিছে। অসমত যথেষ্ট পৰিমাণৰ নিমখ মজুত আছে বুলি উল্লেখ কৰিছে অসম আৰক্ষীয়ে। আনহাতে জনসাধাৰণক এনেধৰণৰ বাতৰিৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণক
আহ্বান জনাইছে অসম আৰক্ষীয়ে।
IMPORTANT FAKE NEWS ALERT. @CMOfficeAssam @himantabiswa @mygovassam @KrSanjayKrishna pic.twitter.com/ycUHio4y6B
— Assam Police (@assampolice) April 17, 2020