চলিত সপ্তাহতে কর্মহীন হ’ব ১৪–১৬ হাজাৰ কর্মচাৰী
নিউজ ডেস্ক, ২৫ জানুৱাৰী : নতুন বছৰটোতে বহুৰাষ্ট্রীয় ই–কমার্চ মার্কিন সংস্থা এমাজনৰ কর্মীসকলৰ বাবে দুঃসংবাদ৷ এইবাৰ দ্বিতীয় পর্যায়ৰ চাটাই অভিযানৰ প্রস্তুতি চলাইছে সংস্থাটোৱে৷ ফলত জানুৱাৰীৰ শেষ সপ্তাহতে ১৪ৰ পৰা ১৬ হাজাৰ কর্মীয়ে কর্মসংস্থাপন হেৰুৱাব বুলি সূত্রৰ খবৰত প্রকাশ৷
যোৱা বছৰৰ অক্টোবৰ মাহত অন্তিমবাৰ কর্মী চাটাই কৰিছিল এই বহুজাতিক আমেৰিকান…
Read More...