নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত এটি ৯ বছৰীয়া শিশু

নিয়মীয়া বাৰ্তা, ১৭ মেঃ এইবাৰ ক’ৰোনাত আক্ৰান্ত হ’ল এটি ন বছৰীয়া শিশু। যোৰহাট মেডিকেল কলেজ হাস্পতালত আছে শিশুটি।  দিল্লীৰ পৰা পৰিয়ালৰ সৈতে আহিছিল শিশুটি।

শিশুটিৰ সৈতে ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্য়া ৯৬জনলৈ বৃদ্ধি পালে।

You might also like