নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াঃ ৬৩ কেজি শাখাৰ জুডোত অসমলৈ ৰূপৰ পদক

খেলো ইণ্ডিয়াত অসমলৈ ৰূপ

নিয়মীয়া বাৰ্তা, ১২ জানুবাৰীঃ খেলো ইণ্ডিয়াৰ ৬৩ কেজি শাখাৰ জুডোত অসমলৈ ৰূপৰ পদক কঢ়িয়াই আনিলে ধৰিত্ৰী সোণোৱালে আনহাতে ১৭ বছৰৰ অনুৰ্ধ্বৰ জুডোৰ ৫৭ কেজিৰ মহিলা শাখাত সোণৰ পদক লাভ কৰে পূজা বসুমতাৰীয়ে।