চিৰাঙত আঘাতপ্ৰাপ্ত গঁড় উদ্ধাৰ
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ চিৰাঙৰ ১ নং নতুন মাটিত আঘাতপ্ৰাপ্ত গঁড় উদ্ধাৰ । মানস ৰাষ্ট্ৰীয় উদ্যান খনৰ দাঁতিকাষৰীয়া অঞ্চলত তিনি দিন ধৰি বিচৰণ কৰি ফুৰিছে আহত গঁড়টোৱে। গাঁও অঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ কৰিছিল গঁড়টোৱে। পিছত বনবিভাগৰ লোকে বনাঞ্চলৈ খেদি পঠায় গঁড়টোক। আগঠোং আঘাতপ্ৰাপ্ত গঁড়টোক চোৰাং চিকাৰীয়ে গুলীৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।