নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখৌ নৈত সলিল সমাধি পিতা-পুত্ৰৰ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ শিৱসাগৰৰ মেটেকাত অঘটন। দিখৌত সলিল সমাধি পিতা-পুত্ৰৰ। সন্ধানহীন পুত্ৰ পাৰ্থপ্ৰতিম বৰুৱা (২০)। পিতা-পুত্ৰ মেটেকা পানীচুকী গাঁৱৰ বাসিন্দা। দিখৌত গা ধুবলৈ গৈ পানীত ডুব যায় পাৰ্থপ্ৰতিম। পুত্ৰক বচাবলৈ গৈ পিতৃও ডুব যায় দিখৌৰ বুকুত বানীকান্ত বৰুৱা (৫৫)। NDRF য়ে অভিযান চলাই বানীকান্ত বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে।

You might also like