পৱিত্র ৰমজান মাহ উপলক্ষে মুখ্যমন্ত্রীৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পৱিত্র ৰমজান মাহ উপলক্ষে ৰাজ্যখনৰ সকলো ইছলাম ধর্মাৱলম্বী লোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ গৃহত থাকিয়েই ধর্মীয় পৰম্পৰাৰে নামাজ আদায় কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সকলোকে আহ্বান জনাইছে৷<
Best wishes on the holy month of #Ramzan. Let us together pray for good health, peace and prosperity for all. #RamadanMubarak
— Sarbananda Sonowal (@sarbanandsonwal) April 24, 2020
/p>