নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

জনতা ভৱনত সংবাদমেল

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল
  • শীঘ্ৰেই আৰম্ভ হ’ব ইণ্টাৰনেট সেৱা
  • মহানগৰীৰ ধ্বংস কাৰ্যৰ মেৰামতি শীঘ্ৰেই আৰম্ভ হ’ব
  • অপ্ৰীতিকৰ কাৰ্যৰ অভিযোগত ১৯০জনক গ্ৰেপ্তাৰ
  • ইতিমধ্যে ৰুজু কৰা হৈছে ১৩৬টা গোচৰ
  • আৰক্ষীৰ গুলীত নিহত হৈছে ৪গৰাকী লোক
  • কলাক্ষেত্ৰ ধ্ৱংসৰ নেতৃত্বত জুবেৰ আলম নামৰ এজন
  • এই ধ্বংসকাৰ্যত জড়িত ২৪জনক চিনাক্ত
  • গুৱাহাটী ধ্বংসৰ প্ৰায় সংখ্যকেই গুৱাহাটীৰ বাহিৰৰ
  • হিংসাত্মক ঘটনাৰ উচ্চপৰ্যায়ৰ তদন্ত হ’ব
  • GMCHত চিকিৎসাধীন ১০গৰাকী লোক
  • GMCHৰ পৰা সুস্থ হৈ ১৩গৰাকী ঘৰলৈ উভতিছে
  • সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
  • আন্দোলনকাৰীৰ সৈতে কেন্দ্ৰই আলোচনা কৰিব
  • গড়চুক হিংসাৰ বাবে আটক ৪জন লোক