নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ এপ্ৰিলৰ পিছত বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোক সকল নিজ গৃহলৈ যাব পাৰিব

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ আজি ডিফুত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ২০ এপ্ৰিলৰ পিছত বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলে নিজৰ ঘৰলৈ যোৱাৰ বাবে  সুবিধা পাব । অৱশ্যে এদিনৰ বাবে পাব এই সুবিধা পাব। নিজা ঘৰলৈ যোৱাৰ পিছত লকডাউন শেষ নোহোৱা পৰ্যন্ত ঘূৰি আহিব নোৱাৰিব। তাৰ বাবে পৰিৱেশটো ভাল হ’ব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like