নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাজনীতিৰ স্বাৰ্থতেই অপপ্ৰচাৰত লিপ্ত হৈছে ৰিপুণ বৰা’

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ প্ৰতুত্ত্যৰ

নিয়মীয়া বাৰ্তাঃ ১৩ এপ্ৰিলঃ ৰাজ্যজুৰি লক ডাউন হৈ থকাৰ সময়ত ৰাজ্য চৰকাৰে দৰিদ্ৰসকলৈ আগবঢ়োৱা সাহায্য নোপোৱা একাংশ লোকৰ এখন তালিকা প্ৰকাশ কৰিছিল APCC সভাপতি ৰিপুন বৰাই । এই তালিকাত টেট শিক্ষক, কৰ্মচাৰীকে ধৰি বহু স্বচ্ছল লোকৰ নাম আছে বুলি প্ৰমাণ সহকাৰে স্পষ্ট কৰি দিয়ে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই। ৰিপুণ বৰাৰ মন্তব্যক সম্পূৰ্ণ মিছা বুলি কটাক্ষ কৰাৰ লগতে ৰাজনীতিৰ স্বাৰ্থতেই এনে মন্তব্য কৰিছে বুলিও অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like