নিয়মীয়া বাৰ্তা, ৮ মে’ : ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰে বিয়লি তিনিজনৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰাৰ পাছত পুনৰ নিশা ৯.৩০ বজাত পোহৰলৈ আহে দুগৰাকী ক’ভিড আক্ৰান্ত ।
ৰাজস্থানৰ আজমীৰ শ্বৰীফৰ পৰা অহা বাছখনৰ যাত্ৰী হিচাপে আছিল শেহতীয়াভাৱে পোহৰলৈ অহা ২ জন ৰোগীও । বৰ্তমান ৰাজ্যত মুঠ আক্ৰান্ত সংখ্য়া বৃদ্ধি পালে ৫৮ জনলৈ ।
Alert ~ There are 2 more #COVID19 + patients who travelled in the bus which ferried people from Rajasthan. They’re from Cachar district.
↗️Total #COVID19 patients in Assam 58
↗️Active cases 23Update at 9.30 pm / May 8#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) May 8, 2020