আজিৰ দিনটোৰ ৰাশিফল
মেষ: নতুন সংবাদে আনন্দ দিব৷ সংবাদ লাভ৷ আনৰ পৰা সহায় পাব৷ আয়ো বর্জন কৰক৷ শুভ সংখ্যা ২, শুভ ৰং নীলা৷
বৃষ: কর্মত উদাৰতা থাকিব৷ সম্পদ লাভ৷ প্রেমত শুভ, আত্মচিন্তা বৃদ্ধি পাব৷ নতুন কর্মসংস্থাপনৰ যোগ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷
মিথুন: বিদ্যা–বুদ্ধিত শুভ৷ খং কমাওক৷ শাৰীৰিক আৰু মানসিক শ্রম বৃদ্ধি৷ বজৰংবলীক পূজা কৰক৷ শুভ সংখ্যা ৮, শুভ ৰং মাখন৷
কর্কট: কর্মত উন্নতিৰ যোগ৷ সততাৰ পৰিচয় দিব পাৰিব৷ দুখীয়াক অন্নদান কৰিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷
সিংহ: কর্মত পদোন্নতিৰ যোগ, গোপন শত্রু বৃদ্ধি৷ ক্রীড়াৰ লগত জড়িতসকলৰ উন্নতি, খৰচ বৃদ্ধি৷ শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ৬৷
কন্যা: শিং থকা জন্তুৰ পৰা সাৱধান হওক৷ বদহজম হ’ব পাৰে৷ গোপন শত্রুৰ পৰা সাৱধান৷ কর্মত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
তুলা: কর্মতৎপৰতা বৃদ্ধি৷ পশ্চিম দিশত ভ্রমণ কৰিলে লাভৱান হ’ব৷ প্রতিযোগিতামূলক পৰীক্ষাত উন্নতি৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
বৃশ্চিক: বৃক্ক ৰোগত কষ্ট হ’ব পাৰে৷ কর্মত উৎসাহ–উদ্দীপনা বৃদ্ধি৷ সামাজিক কামত নিষ্ঠা বৃদ্ধি৷ শুভ ৰং আকাশী, শুভ সংখ্যা ২৷
ধনু: সৎজনক সন্মান কৰক৷ কামত ব্যস্ততা বৃদ্ধি পাব৷ ঘৰুৱা শত্রু বৃদ্ধি৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
মকৰ: কর্মত নিষ্ঠা থাকিব৷ মানসিক অশান্তি হ’ব পাৰে৷ বিলাস যোগ৷ আয়–ব্যয় সমানে চলিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
কুম্ভ: কর্মত সন্মান বৃদ্ধি৷ ফুৰা–চকাত সাৱধান হওক৷ খৰচ বৃদ্ধি৷ বিদ্যাত শুভ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ১৷
মীন: আশাবাদী চিন্তাত ব্রতী হ’ব৷ কর্মত উন্নতি৷ ভ্রমণৰ যোগ৷ চাকৰিয়ালৰ সন্মান বৃদ্ধি৷ শুভ ৰং আকাশী, শুভ সংখ্যা ৬৷