নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মতৎপৰতা বৃদ্ধি৷ পূব দিশত ভ্রমণ নকৰিব, ব্যয় বৃদ্ধি৷ বিদ্যাত শুভ৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৪৷
বৃষ: শনি মন্দিৰ দর্শক কৰক৷ পৰিশ্রমৰ মর্যাদা পাব, পৰিৱেশৰ লগত মনৰ স্থিতি বজাই ৰাখক৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৬৷
মিথুন: ভ্রমণত শুভ৷ ব্যয় বৃদ্ধি৷ বন্ধুৰ পৰা আঁতৰত থাকক৷ সৎ বা জ্ঞানী লোকৰ সান্নিধ্যত উপকৃত হ’ব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৩৷
কর্কট: কর্মত সুস্থিৰতা বৃদ্ধি পাব৷ বিদেশ ভ্রমণৰ যোগ৷ মাতৃৰ শুভ৷ বিদ্যাত উন্নতি৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
সিংহ: যান–বাহনৰ পৰা সাৱধান৷ ব্যৱসায়ত উন্নতি৷ পুৰণি বেমাৰে আমনি দিব পাৰে৷ ধন আগমনৰ যোগ৷ শুভ সংখ্যা ৩৷ শুভ ৰং পাতল নীলা৷
কন্যা: মনৰ দৃঢ়তা বৃদ্ধি৷ সূর্যক পূজা কৰক৷ নিজৰ কর্মৰ ওপৰত গুৰুত্ব দিয়ক৷ প্রেমত কষ্ট৷ শুভ ৰাং মেৰুণ৷ শুভ সংখ্যা ১৷
তুলা: মাংগলিক তৎপৰতা বৃদ্ধি৷ ৰক্তচাপ বৃদ্ধি৷ দুপৰীয়াৰ পিছত ভ্রমণ কৰিব৷ নতুন সংবাদে আনন্দিত দিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
বৃশ্চিক: কর্মস্থানত সন্মান বৃদ্ধি৷ ভ্রমণত কষ্ট৷ শৰীৰৰ প্রতি সচেতন হওক৷ পিতৃ–মাতৃৰ দায়িত্ব পালন কৰক৷ শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা ১৷
ধনু: খাদ্য খাওঁতে সাৱধান হওক৷ পানীৰ পৰা সাৱধান হওক৷ অর্থ লাভ৷ শুভ ৰং মেৰুণ, কর্মত মাধ্যম৷ শুভ সংখ্যা ৩৷
মকৰ: কর্মত মধ্যম৷ যান–বাহন ক্রয়ৰ যুগ৷ প্রেমত মধ্যম৷ তুলসীৰ তলত পানী দিয়ক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷
কুম্ভ: কর্মদক্ষতা বৃদ্ধি৷ প্রতিযোগিতামূলক কামত উন্নতি৷ বিষ্ণু পূজা কৰিব৷ ভ্রমণত শুভ৷ শুভ সংখ্যা ৪৷ শুভ ৰং মেৰুণ৷
মীন: বন্ধুৰ পৰা উৎসাহ পাব৷ শত্রু নাশ৷ শৰীৰৰ প্রতি গুৰুত্ব দিয়ক৷ বিদ্যাত মধ্যম৷ শুভ সং সোণালী৷ শুভ সংখ্যা ৮৷

You might also like