নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: এই ৰাশিৰ জাতক–জাতিকাই আজিৰ দিনটোৰ আৰম্ভণিতে ৰঙা কাপোৰ পিন্ধিব৷ প্রেমত শুভ৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ শুভ সংখ্যা ২৷
বৃষ: এই ৰাশিৰ জাতিক–জাতিকাই আজিৰ দিনটোত আৰম্ভণিতে হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব৷
মিথুন: এই ৰাশিৰ জাতক–জাতিকাসকলৰ্ ব্যৱসায়ত নতুন পৰিচয় লাভ হ’ব৷ কর্মৰ ক্ষেত্রত অর্থ ব্যয় হ’ব৷ প্রেমত শুভ৷
কর্কট: ব্যৱসায়ীসকলৰ শুভ৷ বিদ্যার্থীসকলে পঢ়াত মনযোগ দিলে ভাল৷ ঘৰলৈ আলহীৰ আগমণ হ’ব পাৰে৷ দিনটো শুভ৷
সিংহ: আজিৰ দিনটোত ধৈর্যসহকাৰে কাম কৰিলে মাহটোত ভাল ফল পাব৷ আজি আপোনাৰ দুর্বলতাৰ সুযোগ লৈ কোনোবাই ক্ষতি কৰিব৷
কন্যা: কর্মৰ ক্ষেত্রত অর্থলাভ হ’ব৷ ব্যৱসায়ীসকলৰ লোকচান হ’ব৷ বিপদ আহিব পাৰে৷ বিদ্যার্থীৰ শুভ৷
তুলা: মানসিক অশান্তি বৃদ্ধি পাব৷ ব্যৱসায়ত শুভ৷ প্রেমত মতভেদ৷ উত্তৰ দিশে ভ্রমণ নকৰিব৷
বৃশ্চিক: পৰিয়ালৰ শুভ৷ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্রত চিন্তা৷ কাজ–কর্মত উৎসাহ৷ দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে৷
ধনু: প্রেম–প্রণয়নত শান্তি৷ পুৰণা বন্ধুক লগ পাব৷ বিদ্যার্থীসকলে কোনো বিশ্ববিদ্যালয়ত নতুন সুযোগ পাব৷
মকৰ: প্রেমত শুভ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ বিদ্যার্থীসকলে কষ্ট কৰিব লাগিব৷ দিনটো কষ্টৰে পাৰ হ’ব৷
কুম্ভ: চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ৷ খৰচ বৃদ্ধি৷ ভ্রমণ কষ্টদায়ক৷ সুখ–শান্তিৰে দিনটো পাৰ হ’ব৷
মীন: প্রেমত শুভ৷ শিক্ষাৰ ক্ষেত্রত অসুবিধা৷ দূৰ ভ্রমণৰ যোগ৷ বন্ধুৰ পৰা সহায় লাভ৷

You might also like