নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ এপ্রিলত কোষাগাৰক বিল দাখিলৰ নির্দেশ ‘বিত্ত’ৰ

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ ৰাজ্যিক কর্মচাৰীসকলৰ মার্চ মাহৰ দৰমহা–পেন্সনৰ বিলসমূহ অহা ১ এপ্রিলৰ পৰা কোষাগাৰত দাখিল কৰিবলৈ নির্দেশ দিছে বিত্ত বিভাগে৷ বিত্ত বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাই বৃহস্পতিবাৰে এক নির্দেশযোগে সকলো বিভাগক এই বিষয়ে অৱগত কৰে৷ দৰমহা আৰু পেন্সনৰ বাহিৰে আন বিল পৰৱর্তী নির্দেশ নোপোৱা পর্যন্ত দাখিল নকৰিবলৈ নির্দেশটোত কোৱা হৈছে৷

You might also like