নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ৫২,৮৩০জন হোম কোৱাৰেণ্টাইনত, শীৰ্ষত নগাঁও জিলা

নিয়মীয়া বাৰ্তা ৩০ মাৰ্চঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ অসমৰ ৩৩খন জিলাত ৫২,৮৩০ জন লোক হোম কোৱাৰেণ্টাইনত আছে। স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ মতে নগাঁও জিলাতে সৰ্বাধিক ৩,৮৯৫ জন লোক দেওবাৰলৈকে হোম কোৱাৰেণ্টাইনত আছে। দক্ষিণ শালমৰা মানকাছাৰ জিলাত ১৫০ জন লোক হোম কোৱাৰেণ্টাইনত আছে। দেওবাৰলৈকে বিভিন্ন জিলাত থকা হোম কোৱাৰেণ্টাইনৰ সংখ্যা সমূহ এনেধৰণৰ——
মৰিগাঁও- ৩,৫০৬
শোণিতপুৰ- ৩,২৯৭
দৰং- ৩,০২৪
বাক্সা- ১,৫২৮
বৰপেটা- ১,৫০৪
বিশ্বনাথ চাৰিআলি- ২,০৮৩
বঙাইগাঁও- ১,৯৭৭
কাছাৰ- ১,৯৫৬
চৰাইদেউ- ৩৭৭
চিৰাং-  ১,২১৯
ধেমাজি- ১,৫৯০
ধুবুৰী- ১,৫২৭
ডিব্ৰুগড়- ২,৬৬০
ডিমা হাচাও- ২৫৭
গোৱালপাৰা- ১,৩৮৪
গোলাঘাট- ১,৪২০
হাইলাকান্দি- ১,৩১০
হোজাই- ২,৩৫৭
যোৰহাট- ১,৪৪৭
কাৰ্বি আংলং- ৭০৪
কামৰূপ- ২,২২৫
কামৰূপ(ম)- ৫৯৪
কৰিমগঞ্জ- ১,৫২৮
কোকৰাঝাৰ- ১,৯৯৬
লখিমপুৰ- ১,৮৩৭
মাজুলী- ৬৮৫
মৰিগাঁও- ৩,৫০৬
নগাঁও- ৩,৮৯৫
নলবাৰী- ৮১৮
দক্ষিণ শালমৰা মানকাছাৰ- ১৫০
শিৱসাগৰ- ৮২৫
তিনিচুকীয়া- ৯২৮
ওদালগুৰি- ১,৬১৮
পশ্চিম কাৰ্বি আংলং- ৫৯৪
হোম কোৱাৰেণ্টাইত থকা লোকসকলক চিকিৎসক, আশা কৰ্মী, এমপিডব্লিউৰ লগতে বিভিন্ন নিৰীক্ষণকাৰী দলে নজৰত ৰাখিছে। লগতে তেওঁলোকে ১০৪ৰ পৰা ফোন কল লাভ কৰিছে।

You might also like