আজিৰ দিনটোৰ ৰাশিফল
মেষ: পৰিয়ালৰ ক্ষেত্রত শুভ৷ কোনো অশুভ সংবাদে মানসিক অশান্তি দিব৷ প্রেমত সাৱধান৷
বৃষ: ধৈর্য সহকাৰে কাম কৰিলে ভাল ফল পাব৷ আপোনাৰ সুযোগ লৈ কোনোবাই আপোনাৰ ক্ষতি কৰিব পাৰে৷
মিথুন: শিক্ষার্থীৰ শুভ৷ দুর্ঘটনা হ’ব পাৰে৷ ব্যৱসায়ত নতুন পৰিচয় লাভ৷ কর্মত শুভ৷
কর্কট: ব্যৱসায়ীসকলৰ শুভ৷ বিদ্যার্থীৰ বাবে শুভ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷
সিংহ: পৰিয়ালৰ ক্ষেত্রত শুভ হ’লেও সন্তানৰ কাৰণে চিন্তা থাকিব৷ আয় বৃদ্ধিৰ সুযোগ৷ প্রেমত সুখ৷
কন্যা: সঞ্চয় কৰিলে ভাল৷ ব্যৱসায়ী আৰু বিদ্যার্থীৰ বাবে শুভ৷ সন্তানৰ শুভ৷
তুলা: ৰাজনীতিকসকলৰ বিভিন্ন ধৰণৰ চিন্তা আহি পৰিব৷ চাকৰিয়ালৰ সু–সন্ধান পাব৷ প্রেমত অশান্তি৷
বৃশ্চিক: চাকৰিয়ালসকলৰ কর্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে৷ বিদ্যার্থীৰ নতুন সুযোগ আহিব৷
ধনু: সাৱধানে চলা–ফুৰা কৰিব, দেহত আঘাতপ্রাপ্ত হোৱাৰ সম্ভাৱনা আছে৷ পুৰণি কোনো ৰোগ উপশম হোৱাৰ যোগ৷
মকৰ: আজি সমস্যাই দেখা দিব৷ ব্যৱসায়ীসকলৰ শুভ৷ ভ্রমণত সুখ৷ প্রেমত মধ্যম৷
কুম্ভ: বিদ্যার্থীসকলৰ শুভ৷ বন্ধুৰ লগত মত বিৰোধ৷ ঘৰুৱা শুভ৷ দূৰ ভ্রমণ৷
মীন: বন্ধুৰ পৰা উপকৃত৷ প্রেমত শান্তি৷ কাম–কাজত উৎসাহ পাব৷ শাৰীৰিক যত্ন লওক৷