ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
নিয়মীয়া বাৰ্তা ১৮ মেঃ ৰাজ্যক পুনৰ ৪.১ ৰিখটাৰ স্কেলৰ প্ৰাবল্যত অহা এক ভূমিকম্পই জোকাৰি গ’ল। আজিৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি।
উল্লেখ্য যে ৰাজ্য খনত যোৱা ২৮ এপ্ৰিলত এক বৃহৎ ভূমিকম্পই জোকাৰি গৈছিল। তাৰ পিছৰে পৰা ৰাজ্যখনত সৰু সুৰা ভূমিকম্প আহিয়েই আছে।