নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APDCLৰ লিখিত পৰীক্ষাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

দণ্ডাধীশৰ সন্মুখত বহী মূল্যায়নৰ নিৰ্দেশ

  • APDCLৰ লিখিত পৰীক্ষাৰ তদন্তৰ নিৰ্দেশ
  • তদন্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
  • ৩য় আৰু ৪ৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষাৰ বিপৰীতে উত্থাপিত হোৱা অভিযোগৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ
  • নতুনকৈ আৱেদন কৰা প্ৰাৰ্থীসকলৰ লিখিত পৰীক্ষাৰো তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাক তদন্তৰ দায়িত্ৱ
  • ঠিকা ভিত্তিক কাম কৰি থকা প্ৰাৰ্থীসকলৰ লিখিত পৰীক্ষাৰ বহী কামৰূপ জিলাৰ উপায়ুক্তই মনোনীত কৰা এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত বহী মূল্যায়নৰ নিৰ্দেশ