ক’ভিড-১৯ ত আক্ৰান্ত হৈ ৰাজ্যত আজি পুনৰ ৮ গৰাকী ৰোগীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ৰাজ্যত আজি পুনৰ ৮ গৰাকী কোভিড-১৯ ৰোগীৰ দুৰ্ভাগ্যজনকভাৱে বিয়োগ ঘটিছে ৷
তেওঁলোক হৈছে – নলবাৰীৰ মহন তালুকদাৰ (৪৫) আৰু আজিজুৰ ৰহমান (৫২) ; তিনিচুকীয়াৰ নাৰায়ণ চন্দ্ৰ ডেকা (৫৪) আৰু দুলু পাল (৫০) ; মৰিগাঁৱৰ তুৰব আলী (৪৮) ; কোকৰাঝাৰৰ সুফলা গগৈ (৪৬) ; নগাঁৱৰ খনীন্দ্ৰ নাথ (৫৫) আৰু ডিব্ৰুগড়ৰ প্ৰকাশ জৈন (৬০) ৷