নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্থ হৈ উঠিল অসমৰ ক’ৰোনাত আক্ৰান্ত প্ৰথমজন ৰোগী জামালউদ্দিন

নিয়মীয়া বাৰ্তা ৬ মেঃ  আজি অসমৰ প্ৰথম জন ক’ৰোনা আক্ৰান্ত জামালউদ্দিন  সম্পূৰ্ণ সুস্থ হৈ উঠিছে। শিলচৰ মেডিকেল কলেজৰ পৰা জামালউদ্দিন ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে আন এজন ক’ৰোনা আক্ৰান্ত মতিউৰ তাৰাপদাৰ সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত মহেন্দ্ৰ মোহন হাস্পতালৰ পৰা মুক্তি দিয়া হৈছে। যাৰ পৰিপেক্ষিতত অসমত এতিয়া ক’ৰোনা আক্ৰান্ত হোৱা  লোকৰ সংখ্যা ৯ জনলৈ হ্ৰাস পালে।

You might also like