নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ATMত ধন ভৰাব লওঁতেই নিৰাপত্তাৰক্ষী-ডকাইতৰ গুলীয়াগুলি

গুলীয়াগুলীত নিহত এজন নিৰাপত্তাৰক্ষী

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ

  • ডুমডুমাৰ ৰূপাই চাইডিঙৰ SBIৰ  ATMত গুলীয়াগুলি
  • বেংক নিৰাপত্তাৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলি
  • ATMটোত পইচা ভৰোৱাৰ সময়তে এই সংঘৰ্ষ
  • গুলীয়াগুলিত চিমু বুঢ়াগোহাঁই নামৰ এজন নিৰাপত্তাৰক্ষী নিহত
  • এটা ডকাইতো গুলীয়াগুলিত নিহত হোৱাৰ খবৰ
  • ঘটনাসন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত