নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CAAৰ যোগেদি এজনো বিদেশী অসমলৈ নাহেঃ মুখ্যমন্ত্ৰী সোণোৱাল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

 

  • ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰীৰ
  • অসম সদায় ‘অসমীয়াৰ’ হৈ থাকিব
  • সৰ্বকালৰ ৰাজ্যভাষা হিচাপে ‘অসমীয়া’ থাকিব
  • ইয়াৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব
  • খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে মই মুখ্যমন্ত্ৰী হৈছো
  • খিলঞ্জীয়াৰ স্বাৰ্থতেই মই সকলো কাম কৰি যাম
  • ৰাইজৰ স্বাৰ্থত যদি মই কামেই কৰিব নোৱাৰো কিহৰ মুখ্যমন্ত্ৰী
  • সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী সোণোবালৰ
  • ১-২কোটি বাংলাদেশী আহিব বুলি ভুলকৈ কোৱা হৈছে
  • নাগৰিকত্ৱ আৱেদনৰ তথ্য ৰাজহুৱা কৰা হ’ব
  • নাগৰিকত্বৰ বাবে আৱেদন কৰা সকল তেনেই তাকৰ হ’ব
  • CAAৰ যোগেদি এজনো বিদেশী অসমলৈ নাহে
  • পূৰ্বৰে পৰা অসমত থকা সকলেহে নাগৰিকত্ৱ পাব
  • এইসকলৰ দ্বাৰা কেতিয়াও ভাষা-সংস্কৃতি ধ্বংস নহয়
  • CAAৰ বাবে ভাৰতীয় মুছলমানে চিন্তা কৰিব নালাগে
  • অসমৰ মাটি-ভেঁটি কোনেও কাঢ়ি নিব নোৱাৰে
  • গণতান্ত্ৰিক আন্দোলনক আমি সন্মান কৰো
  • আন্দোলনৰ নামত একাংশই অপপ্ৰচাৰ চলাইছে
  • কিছু সমাজবিৰোধী চক্ৰই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে
  • এই আন্দোলনত সোমাই পৰিছে বহু অশুভ শক্তি
  • আজিৰ পৰিস্থিতিৰ বাবে জগৰীয়া উচতনি দিয়াসকল
  • বিজেপিৰ নেতা-কৰ্মীসকলক ভাবুকি-অত্যাচাৰ কৰা হৈছে
  • ভয়-ভাবুকি-অত্যাচাৰ কৰাসকলক সাৰি যাব দিয়া নহ’ব
  • অশুভ শক্তিক প্ৰশ্ৰয় নিদিবলৈ আহ্ৱান মুখ্যমন্ত্ৰীৰ
  • সংগ্ৰামী দল-সংগঠনক আলোচনালৈ মতা হ’ব
  • মুখ্য সচিবৰ দ্বাৰা আলোচনালৈ মতাৰ ব্যৱস্থা কৰা হ’ব