নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰৰ পৰা পুনৰ কংগ্রেছৰ ‘ভাৰত জোড়ো যাত্রা’

বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ‘ভাৰত জোড়ো যাত্রা’ কেতিয়াবাই শেষ হৈছে৷ পুনৰ একেই ধৰণৰ ‘ভাৰত জোড়ো যাত্রা’ আৰম্ভ কৰিব কংগ্রেছে৷ এইবাৰ পশ্চিম ভাৰতৰ পৰা পূব ভাৰতৰ দিশলৈ এই যাত্রা আৰম্ভ কৰিব৷ এইবাৰো ‘ভাৰত জোড়ো যাত্রা’ৰ নেতৃত্বত থাকিব ৰাহুল গান্ধী৷ ডিচেম্বৰৰ পৰা এই যাত্রা ফেব্রুৱাৰীলৈকে চলাব কংগ্রেছে৷ উল্লেখনীয় যে ফেব্রুৱাৰী মাহৰ মাজভাগত লোকসভা নির্বাচনৰ সময়সূচী ঘোষণা হ’ব৷

#বাৰ্তা ডেস্ক

You might also like