১৫২ গৰাকী কোভিড-১৯ ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি
নিয়মীয়া বাৰ্তা, ১০ জুনঃ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১৫২ গৰাকী কোভিড-১৯ ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ আজি চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰে ৷
যাৰ পাছতে সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা হয়গৈ ১২৪৯ জন । ইপিনে বৰ্তমানো ৰাজ্যত চিকিৎসাধীন হৈ আছে ১৮৩৪ গৰাকী ৰোগী ।