৪.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে অসম
নিয়মীয়া বাৰ্তা, ৩০ মেঃ পুনৰ ভূমিকম্পই জোকাৰিলে অসম। দেওবাৰে আবেলি প্ৰায় ২:২৩ বজাত ৪.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে অসম।
নেচনেল চেণ্টাৰ ফৰ ছিছমোলজীৰ তথ্য মতে, ভূমিকম্পৰ উৎপত্তিস্থল আছিল তেজপুৰৰ পৰা ৪০ কিলোমিটাৰ পশ্চিমে শিঙিমাৰি গাঁও।
এইমূহুৰ্তলৈকে ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই।
Earthquake of Magnitude:4.1, Occurred on 30-05-2021, 14:23:06 IST, Lat: 26.69 & Long: 92.39, Depth: 16 Km ,Location: 40km W of Tezpur, Assam, India for more information Download the BhooKamp App https://t.co/qPMBqqCXPp@ndmaindia @Indiametdept pic.twitter.com/uRCH22BaR5
— National Center for Seismology (@NCS_Earthquake) May 30, 2021