নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক বৃহৎ জয়ৰ দিশে আগবাঢ়িছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ২ মেঃ জালুকবাৰীৰ সমষ্টিৰ পৰা বৃহৎ জয়ৰ দিশে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰতকৈ প্ৰায় ১,০৫,৩০৫ টা ভোট লাভ কৰিছে। কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে ২৫,০৩৩ টা ভোট লাভ কৰিছে।

মনকৰিব লগীয়া যে ১৭ ৰাউণ্ডৰ ভোটগণনাৰ পিছত মন্ত্ৰী জনে ৮০,২৭২ ভোটত আগবাঢ়ি আহিছে।

উল্লেখ্য যে আজি পুৱা   কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে  দাবী কৰিছিল যে প্ৰায় ৯০ হাজাৰ ভোটত জয়ী হ’ব ।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনৰ পৰা জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে।

You might also like