বাণিজ্য শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী-
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ ফলাফল আজি ঘোষণা কৰা হয় ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাত ঘোষণা কৰিলে এই চূড়ান্ত পৰীক্ষাৰ ফলাফল৷
আজি ঘোষণা হোৱা বাণিজ্য শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী হৈছে-
প্ৰথম স্থান
- শীৰ্ষ স্থান দখল কৰিছে- কৃষ্ণা মহেশ্বৰী, ছল্ট ব্ৰুক একাডেমী, মুঠ নম্বৰ লাভ কৰিছে- ৪৭১
দ্বিতীয় স্থান
- হৰপ্ৰীত কৌৰ, সোণাৰী জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৬৮।
তৃতীয় স্থান
- বিনিতা চাহা– ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৬।
চতুৰ্থ স্থান
- জ্ঞানদ্বীপ দুৱৰা, ৰিলায়েন্স জুনিয়ৰ কলেজ, গোলাঘাট, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫
- সুৰভী দেৱ, শংকৰদেৱ জুনিয়ৰ কলেজ, হোজাই, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫।
- পিউ দাস, দিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫।
পঞ্চম স্থান
- প্ৰেৰণা দুৱৰা, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।
- আস্থা চৌধুৰী– ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।
- অংকুৰ জ্যোতি ভূঞা– জে বি কলেজ যোৰহাট, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।।
ষষ্ঠ স্থান
- শ্ৰুতি জৈন, ডন বস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৰ্বি আংলঙ। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৭।
- কাৰ্তিক ঢাৰিৱাল-নগাওঁ চৰকাৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৭।
সপ্তম স্থান
- অৰিজিত্ ছাহা– বঙাইগাওঁ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৫৪।
- ৰোহিত আগৰৱাল, আৰ ডি জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৫৪।
অষ্টম স্থান
- সুস্মিতা ৰয়, বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
- প্ৰীয়া জৈন, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
- তৃষ্ণা দেৱী, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
- মেঘা মজুমদাৰ, শিৱসাগৰ জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
নৱম স্থান
- আদিত্য দত্ত, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫২।
- চিমি দাস, গুৱাহাটী কৰ্মাচ কলেজ, কামৰূপ মেট্ৰ’- ৪৫২।
- চাগিনা খাতুন– ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫২।
দশম স্থান
- নলিনী জামাৰ– এন ই এফ কলেজ, কামৰূপ মেট্ৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।
- সাক্ষী গোলচ্চা, কে চি দাস কমাৰ্চ কলেজ, কামৰূপ মেট্ৰ’, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।
- মধুসূধন শৰ্মা,দিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।