নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত লকডাউন শিথিলঃ সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব গেলামালৰ দোকান

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ গুৱাহাটী মহানগৰীত লকডাউনৰ নতুন নিয়ম । সেই অনুসৰি আজি প্ৰকাশ কৰিছে এখন নতুন গাইডলাইন ।

লকডাউন শিথিলতাক লৈ নতুন গাইডলাইন অনুসৰি সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব গেলামালৰ দোকান ।

আনহাতে অকলশৰীয়াকৈ থকা দোকানহে খোলাৰ অনুমতি দিয়া হৈছে ।

পুৱা ১১বজাৰ আবেলি ৪বজালৈ থাকিব দোকান খুলিব পাৰিব ।

ঘৰে ঘৰে ফল-মূল শাক-পাচলি বিক্ৰীৰ অনুমতি

You might also like