বিশেষ বাৰ্তা, ১৮ আগষ্টঃ বিধায়কৰ মবাইল চুৰিৰ ঘটনাই খলকনি তুলিলে ৰাজীৱ ভৱত। এটা চুৰিৰ ঘটনা সংঘটিত হয় ৰাজীৱ ভৱনত। যত চুৰি হয় এটা মবাইল ফোন। মবাইলটো আকৌ এগৰাকী জনপ্ৰতিনিধিৰ। ৰাজীৱ ভৱনৰ পৰা চুৰি হয় বকোৰ বিধায়িকা নন্দিতা দাসৰ মোবাইল ফোনটো। পিছত মোবাইল ফোনটো বিচাৰি হাবাথুৰি খায় বিধয়িকা নন্দিতা দাসে।