নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰ আহিলে জেললৈ যাব লাগিব শ্বেৰমান আলী-ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ অসমৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড০ হিমান্ত বিশ্বা শৰ্মাই আজি কয় যে মিঞা সংগ্ৰাহলয় বিতৰ্কিত মন্তব্যৰ বাবে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। চৰকাৰ আহিলে জেললৈ যাব লাগিব শ্বেৰমান আলী। কলাক্ষেত্ৰত লুঙী ৰাখিম বুলি অপমানজনক মন্তব্যৰ পিছত অসমবাসীক এই প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে বিধায়কগৰাকীয়ে দাবী কৰিছিল যে অসমৰ চৰ-চাপৰিত থকা মিঞাসকলৰ কলা-সংস্কৃতিখিনি কলাক্ষেত্ৰতো নাই আৰু অসমৰ অন্য সংগ্ৰহালয়সমূহতো নাই গতিকে এই লোকসকলৰ সংস্কৃতি ৰক্ষাৰ বাবে এই সংগ্ৰহালয় কৰিব লাগে আৰু কলাক্ষেত্ৰত হ’ব লাগে।

You might also like