নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ আগষ্ট, শাওণ মাহৰ ১৭ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা দ্বিতীয়া, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ

মেষ : শুভ কাম সম্পন্ন হ’ব, পিছবেলা ভ্রমণ কৰিব ৷ ৰঙা বস্তু দান কৰক। ব্যয় বৃদ্ধি। শৰীৰ মধ্যম ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৯ ৷
বৃষ : কর্মচিন্তা উন্নত ৷ মূল্যৱান সম্পদ লাভ ৷ বিদ্যাত শুভ ৷ ভ্রমণৰ যোগ ৷ শুভ ৰং সোণালী ৷ শুভ সংখ্যা ৩ ৷
মিথুন : বিদ্যাত শুভ ৷ বন্ধুৰ পৰা উৎসাহ পাব ৷ অর্থ নাশ ৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি ৷ শুভ ৰং সোণালী ৷ শুভ সংখ্যা ৮ ৷
কর্কট : পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব ৷ বন্ধুবর্গৰ পৰা সাৱধান হওক ৷ শৰীৰৰ কিছু যত্ন লওক ৷ নতুন কর্মসংস্থাপন ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৫ ৷
সিংহ : ভ্রমণত বাধা ৷ আশাবাদী মন ৷ কর্মত উন্নতি ৷ ভ্রমণত সতর্ক হওক ৷ আর্থিক শুভ ৷ শুভ সংখ্যা ৭ ৷ শুভ ৰং পাতল নীলা ৷
কন্যা : কর্মত উন্নতি ৷ বিদ্যা–বুদ্ধিত শুভ ৷ পূব দিশৰ পৰা ভ্রমণ কৰক ৷ খৰচ বৃদ্ধি ৷ শুভ সংবাদে আনন্দিত কৰিব ৷ শুভ সংখ্যা ৪ ৷ শুভ ৰং বগা ৷
তুলা : কর্মযোগ্যতা বৃদ্ধি ৷ বিদ্যা–বুদ্ধিত উন্নতি ৷ সন্মান বৃদ্ধি ৷ গোপন শত্রু বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ শুভ সংখ্যা ৯ ৷ শুভ ৰং মেৰুণ৷
বৃশ্চিক : মানসিক শান্তি বজাই ৰাখক ৷ সন্মান বৃদ্ধি ৷ ভ্রমণত মধ্যম ৷ নতুন কর্মসংস্থাপনৰ যোগ ৷ শিৱ মন্ত্র স্মৰণ কৰক ৷ শুভ সংখ্যা ১ ৷ শুভ ৰং পাতল গুলপীয়া ৷
ধনু : শাৰীৰিক শান্তি, অর্থ লাভ ৷ ভ্রমণত মধ্যম ৷ দুষ্ট লোকৰ পৰা সাৱধানে থাকক ৷ তুলসীৰ গুৰিত পানী দিয়ক ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৪ ৷
মকৰ : সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি ৷ ধৈর্যৰ প্রয়োজন ৷ শিল্পী–সাহিত্যিকৰ সন্মান বৃদ্ধি ৷ কর্মত মধ্যম ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৫ ৷
কুম্ভ : কর্মত উন্নতি ৷ সন্তানক লৈ চিন্তা বৃদ্ধি ৷ আয় বৃদ্ধি ৷ পৰিৱেশ অনুকূল ৷ ভ্রমণত শুভ ৷ শুভ ৰং আকাশী নীলা ৷ শুভ সংখ্যা ৪ ৷
মীন : আয়–ব্যয়ৰ সমতা ৰক্ষা কৰক ৷ সন্মান বৃদ্ধি ৷ যান–বাহন ক্রয় কৰিব পাৰিব ৷ কর্মোন্নতিৰ যোগ ৷ শুভ ৰং সোণালী ৷ শুভ সংখ্যা ৫ ৷

You might also like