আজি ৩ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৬ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই
মেষ : চলা–ফুৰাত সাৱধানতা অৱলম্বন কৰিব৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল হ’ব৷ শুভ ৰং নীলা৷
বৃষ : ভ্রমণৰ যোগ দেখা যায় যদিও ভ্রমণত সাৱধান হ’ব৷ শুভ ৰং বগা৷
মিথুন : দাম্পত্যত সুখ৷ শত্রু বৃদ্ধিৰ সম্ভাৱনা৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰং ৰঙা৷
কর্কট : আর্থিক চিন্তা বাঢ়িব৷ খৰচৰ মাত্রা বাঢ়িব৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷
সিংহ : ৰাজনৈতিক ক্ষেত্রত সুনাম বৃদ্ধি পাব৷ ব্যৱসায়ত লাভৱান৷ আর্থিকত শুভ৷
কন্যা : সেউজীয়া ৰঙৰ কাপোৰ কন্যা ৰাশিৰ জাতক–জাতিকাসকলে পৰিধান কৰিব৷ শুভ কর্ম আৰম্ভ কৰিব পাৰে৷
তুলা : কোনো বিশ্বাসী মানুহে আপোনাৰ বিশ্বাস ভাঙিব ৷ প্রেমত মধ্যম ৷ বিদ্যার্থীৰ মধ্যম ৷ শুভ ৰং ৰঙা ৷
বৃশ্চিক : ব্যৱসায়ত জটিলতা পাব৷ ঘৰুৱা সমস্যা বাঢ়িব৷ ভ্রমণৰ যোগ আছে৷
ধনু : ব্যৱসায়ত লাভৱান৷ চাকৰিয়ালসকলে সাৱধান হোৱা ভাল৷ সন্তানৰ বাবে চিন্তা৷ শুভ ৰং হালধীয়া৷
মকৰ : শৰীৰক লৈ যত্ন লওক৷ মাতৃৰ বাবে চিন্তা৷ গাড়ী চলাওঁতে সাৱধানতা অৱলম্বন কৰিব৷ প্রেমত শুভ৷
কুম্ভ : বিদ্যার্থীসকলে যত্ন কৰা উচিত৷ ব্যৱসায়ীসকলৰ ব্যয় হোৱাৰ সম্ভাৱনা৷ প্রেমত অশুভ৷ শুভ ৰং বগা৷
মীন : প্রেমত শুভ৷ পিতৃৰ শুভ৷ আর্থিক উন্নতি৷ নতুন কর্ম লাভ৷ শুভ ৰং নীলা৷