নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ জুলাই, শাওণ মাহৰ ৬ তাৰিখ
দেওবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : শুভ

মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব ৷ ভ্রমণত শুভ ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ ৷ বিদ্যাত কিছু খেলিমেলি ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৫ ৷
বৃষ : ব্যৱসায়ীসকলে আশা কৰা মতে লাভৱান হ’ব ৷ শত্রুৰ পৰা দূৰত থাকক ৷ ব্যয় বৃদ্ধি ৷ দাম্পত্যত মধ্যম ৷ বিদ্যাত শুভ ৷ ভ্রমণৰ যোগ ৷ শুভ সংখ্যা ৪ ৷ শুভ ৰং ৰঙা ৷
মিথুন : শৰীৰৰ প্রতি যত্ন লওক ৷ নিজৰ কর্মদক্ষতাৰ ওপৰত পদোন্নতিৰ যোগ ৷ ভ্রমণত মধ্যম ৷ পৰিয়ালৰ পৰা উৎসাহিত হ’ব ৷ শুভ ৰং সেউজীয়া ৷ শুভ সংখ্যা ৩ ৷
কর্কট : কোনো আত্মীয়ৰ পৰা সু–সংবাদ পাব পাৰে ৷ প্রভাৱশালী ব্যক্তিৰ সংগই উৎসাহিত কৰিব ৷ আর্থিক সংকটৰ সন্মুখীন হ’ব পাৰে ৷ শুভ কমলা ৰং ৷ শুভ সংখ্যা ৫ ৷
সিংহ : আর্থিকত নতুন সুযোগৰ আশা ৷ বন্ধুৰ পৰা উৎসাহিত হ’ব ৷ পুৰণা ৰোগৰ পৰা মুক্ত হ’ব ৷ কর্মত শুভ ৷ ৰঙা ৰং ব্যৱহাৰ কৰক ৷ শুভ সংখ্যা ২ ৷
কন্যা : দূৰ ভ্রমণ কৰিব পাৰিব ৷ কর্মস্থানত ব্যস্ততা বাঢ়িব ৷ শত্রুৰ পৰা সাৱধান হওক ৷ ঘৰুৱা শুভ ৷ বিদ্যাত মধ্যম ৷ শুভ ৰং পাতল সেউজীয়া ৷ শুভ সংখ্যা ৪ ৷
তুলা : যোগ্য ব্যক্তিৰ মান–সন্মান বৃদ্ধি ৷ ৰাজহুৱা কর্মত ব্যস্ততা বাঢ়িব ৷ কর্মস্থানত কিছু খেলিমেলি হ’ব পাৰে ৷ আর্থিকত মধ্যম ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩ ৷
বৃশ্চিক : কর্মস্থানত ভাল ৷ পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ মনত কোনো দুশ্চিন্তা নাৰাখিব ৷ মুগা ৰং শুভ ৷ শুভ সংখ্যা ৮ ৷
ধনু : সৎ আৰু গুণী লোকৰ সান্নিধ্যই অধিক উৎসাহিত কৰিব ৷ কর্মক্ষেত্রত শুভ ৷ মামলা–মোকর্দমাত জয়লাভ, খং কমিব ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৪ ৷
মকৰ : ধনৰ আগমন হ’ব ৷ শত্রুৰ পৰা ভয় ৷ খাদ্যৰ পৰা সাৱধান হওক ৷ কর্মত মধ্যম ৷ প্রেমত শুভ ৷ শুভ ৰং বগা, শুভ সংখ্যা ১ ৷
কুম্ভ : আপোনাৰ সৰলতাত আনে আঘাত কৰিব পাৰে ৷ খং–ক্ষোভ দমন কৰক ৷ কর্মস্থানত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে ৷ সেউজীয়া ৰং ব্যৱহাৰ কৰক ৷ শুভ সংখ্যা ৭ ৷
মীন : গুৰুত্বপূর্ণ কাম থাকিলে পুৱাৰ ভাগত সম্পন্ন কৰক ৷ ভ্রমণ কৰোঁতে সাৱধান ৷ মাটি–সম্পত্তি ক্রয় কৰিব পাৰিব ৷ বিদ্যাত শুভ ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৫ ৷

You might also like