মহানগৰীত আলফাৰ লিংকমেন টুটু বৰাক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই নিষিদ্ধ ঘোষিত আলফা(স্বা)ৰ এজন লিংকমেন টুটু বৰাক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিনে মহানগৰীৰ এটা ছিকিউৰিটি এজেন্সিত কৰ্মৰত আছিল টুটু বৰা। তেওঁ গণেশ লাহনৰ সৈতে মাজুলীত কাম কৰা ঠিকাদাৰসকলৰ পৰা ধন দাবীৰ অভিয়োগৰ লগতে দীৰ্ঘদিন ধৰি নতুন কেডাৰ নিয়োগত সহায় কৰি আহিছিল।
Assam | Guwahati Police Crime Branch apprehends one Tutu Bora of Gormur in Majuli for acting as a linkman for a senior functionary of banned ULFA(I). He was working with Ganesh Lahon to secure info on contractors working in Majuli for extortion&also to help recruit new cadres pic.twitter.com/zaj75TBpGS
— ANI (@ANI) March 19, 2022