নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনলক–৪ঃ ৰাজ্যত চাৰি ছেপ্টেম্বৰৰ মাজনিশীলৈ অব্যাহত থাকিব বর্তমানৰ নীতি–নির্দেশনা

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ আজিৰে পৰা দেশত আৰম্ভ হ’ব আনলক–৪৷ এই সম্পর্কত বহু শিথিলতাৰে কেন্দ্রীয় চৰকাৰে যোৱা ২৯ আগষ্টত নতুন নির্দেশনা জাৰি কৰিছে৷ কিন্তু অসম চৰকাৰে সাম্প্রতিক পৰিস্থিতিলৈ চাই অহা ৪ ছেপ্টেম্বৰৰ মাজনিশালৈ বর্তমানৰ নীতি–নির্দেশনাকে বাহাল ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্যৰ মুখ্যসচিব কুমাৰ সঞ্জয় কৃষ্ণই এক নির্দেশনাযোগে ৰাজ্য চৰকাৰে যোৱা ১৩ আগষ্টত দিয়া নির্দেশনা অহা ৪ ছেপ্টেম্বৰৰ মাজনিশা পর্যন্ত বাহাল থাকিব বুলি স্পষ্ট কৰি দিয়ে৷

You might also like