নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াত শিবাংগী শৰ্মাৰ দ্বিতীয়টো স্বৰ্ণ

বৰ্তমানলৈ ২৮টা পদক লাভ কৰে অসমে

  • খেলো ইণ্ডিয়াত ২১বছৰ অনুৰ্ধ্বৰ ফ্ৰী ষ্টাইল ছুইমিঙত সোণৰ পদক শিবাংগী শৰ্মাৰ
  • ২১বছৰ অনুৰ্ধ্বৰ ৮০০ মিটাৰ ফ্ৰী ষ্টাইল ছুইমিঙতো সোণৰ পদক জিনিলে শিবাংগী শৰ্মাই
  • ২১বছৰ অনুৰ্ধ্বৰ ভাৰাত্তোলনৰ ৪৯ কেজি শাখাত গীতাশ্ৰী সোণোৱালৰ ৰূপৰ পদক লাভ
  • ২১বছৰ অনুৰ্ধ্বৰ ১০০ মিটাৰ বেষ্টষ্ট্ৰক সাঁতোৰত ৰাজশ্ৰী বুঢ়াগোহাঁইৰ ব্ৰঞ্জৰ পদক লাভ
  • খেলো ইণ্ডিয়াত বৰ্তমানলৈ ৭টা সোণ, ৯টা ৰূপ আৰু ১১ ব্ৰঞ্জসহ ২৭টা পদক লাভ কৰিবলৈ সক্ষম হয় অসম
  • ২১বছৰ অনুৰ্ধ্বৰ মহিলা ফুটবলত ৪-১ গলত দিল্লীক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ অসমৰ
  • ২১বছৰ অনুৰ্ধ্বৰ সাঁতোৰ (বাটাৰফ্লাই) শাখাত অনুভূতি বৰুৱাৰ ব্ৰঞ্জৰ পদক লাভ