নিয়মীয়া বাৰ্তা, ১৭ জানুবাৰীঃ আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ৬৯সংখ্যক মৃত্যু তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গীতে-মাতে স্মৰণ কৰিছে মহান শিল্পীগৰাকীক। আনহাতে দৰং জিলাৰ মহলীয়াপাৰাত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰে শিল্পী দিৱস। তেজপুৰ শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰে ৰাইজে। শিল্পী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশুসকলৰ মাজত আয়োজন কৰা হৈছে জ্যোতি সংগীত, চিত্ৰাংকণকে ধৰি বিভিন্ন প্ৰতিযোগিতা।
Prev Post