নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলকতে আজিৰ দিনটো-

  • আজি বুধবাৰ
  • অসমীয়া তাৰিখ অনুসৰি ১৭ আঘোণ, ১৯৪১ শক
  • ইংৰাজী তাৰিখ অনুসৰি ৪ ডিচেম্বৰ, ২০১৯ চন
  • আজি নৌসেনা দিৱস
  • ১৯২১ ত কবি-সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম
  • ১৮২৯ ত দেশত সতীদাহ প্ৰথা নিষিদ্ধ
  • ১৯৬৭ ত দেশৰ প্ৰথম ৰকেট ৰোহিণী উৎক্ষেপণ
You might also like