নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থমেলাৰ আশাৰ বার্তা

অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত অসম গ্রন্থমেলাই অসমৰ ভাষা–সাহিত্য জগতখনলৈ সুখবৰ কঢ়িয়াই আনিছে৷ গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত প্রথমবাৰৰ বাবে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ জানুৱাৰী, পুহ মাহৰ ২২ তাৰিখ মঙলবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : ৰেৱতী, যাত্রা : শুভ মেষ : ওলোটা ভাবে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব৷ আনৰ কথাত বেছি প্রাধান্য নিদিব৷ বিদ্যাত শুভ৷ দাম্পত্যত বিৰোধ৷ শুভ ৰং বেঙুনীয়া, শুভ…

জ্যেষ্ঠ ভাতৃয়ে জ্বলালে সহোদৰৰ ঘৰ নগৰবেৰাত ভূমি বিবাদৰ পৰিণতি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নগৰবেৰাৰ কল্যাণপুৰত বিবদমান ভূমিৰ সীমাক কেন্দ্ৰ কৰি দুই ককাই-ভাইৰ মাজত তুমুল সংঘাত। ককায়েকে ভায়েকৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি নগৰবেৰাৰ কল্যাণপুৰত তীব্ৰ চাঞ্চল্য বিয়পে। জানিব পৰা মতে পৈতৃক…

মাষ্টাৰমাইণ্ড মেডামৰ নেতৃত্বত উজনিত অবৈধ শিশু সৰবৰাহ

বাৰ্তা ব্যুৰ', ৬ জানুৱাৰী : মূলত অৰুণাচলকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ অৱৈধ শিশু সৰবৰাহ অব্যাহত আছে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৷ বিশেষকৈ “মেডাম“ হিচাবে পৰিচিত এগৰাকী মহিলাই বৃহত জাল তৰি এই শিশু সৰবৰাহ অব্যাহত ৰাখিছে৷…

নগৰবেৰাত বাংলা ইটাভাতাত প্ৰশাসনৰ বুলড’জাৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নগৰবেৰাত অবৈধ বাংলা ইটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান। তৃতীয়বাৰৰ বাবে প্ৰশাসনে চলায় এই অভিযান। জামলাই পথাৰ, হেক্ৰা, মন্দিৰা, যোগীপাৰা আদিত প্ৰশাসনে এই উচ্ছেদ অভিযান চলায়। ৰাজহ চক্ৰ বিষয়া উৎপল ডেকাৰ তৎপৰতাত এই…

ছত্তিশগড়ত নক্সালবাদীৰ ভয়াৱহ এম্বুশ্ব, নিহত DRG জোৱানসহ ১০

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ নতুন বছৰৰ আৰম্ভণিতে নক্সালবাদীয়ে ছত্তিশগড়ত এক বৃহৎ ঘটনা সংঘটিত কৰিছে। আজি বিজাপুৰ জিলাত এম্বুছত নক্সালসকলে জোৱানসকলৰ বাহনখনক লক্ষ্য কৰি লয়। ইয়াত ৯জন জোৱান শ্বহীদ হয়। নক্সাল প্ৰভাৱিত কুট্ৰুৰ পৰা…

চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ উপ-অধিনায়কৰ দায়িত্বত বুমৰাহ!

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। অৱশ্যে টীম ইণ্ডিয়াই ডুবাইত খেলিব। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বল ছিৰিজ খেলিব লাগিব। শেহতীয়াকৈ টীম ইণ্ডিয়াই…

শোণিতপুৰত ১৯ জানুৱাৰীত দ্বিতীয় লিম্বু মহাসভাৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : শোণিতপুৰৰ লোক্ৰাৰ লাবৰঘাৰী চাৰিআলিত ১৯ জানুৱাৰীত লিম্বু মহাসভা অসমৰ শোণিতপুৰ জিলা সমিতিৰ দ্বিতীয়সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু লিম্বু জনগোষ্ঠীৰ পৰম্পৰাগত ককফেকৱা তংনাম অনুষ্ঠান আয়োজন কৰা হৈছে। এই উপলক্ষ্য আজি…

লাওখোৱাত অচিনাক্ত মৃতদেহ উদ্ধাৰ, চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ লাওখোৱাৰ ২নং ভুৰবন্ধাত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ পানীত মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই…

বন্দিতা বুঢ়াগোহাঁইৰ কাব্যগ্ৰন্থ ‘শুকান পাতৰ চিঠি’ উন্মোচন

বিশেষ বাৰ্তাঃ ৬ জানুৱাৰীঃ 'কবিতা প্ৰকৃততে এক তৈলচিত্ৰৰ দৰে। সেয়েহে কবিতা বুজিবলৈ টান। যুদ্ধোত্তৰ কালত কবিতাৰ ব্যাপক পৰিৱৰ্তন হয়। তাৰ পিছত কবিতাৰ এটা বস্তহে থাকি যোৱা পৰিলক্ষিত হয়। সেয়া হৈছে 'লয়'।' উদীয়মান কবি বন্দিতা বুঢ়াগোহাঁইৰ নতুন…