নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তি আলোচনাৰ মাজতেই গাজাত ৰক্তপ্লাৱন

🔹 ২৪ ঘণ্টাত ধাৰাবাহিক বোমাবর্ষণত শিশু–মহিলাসহ ৬২জনৰ প্রাণহানি নিউজ ডেস্ক, ৫ জানুৱাৰী : এফালে কাটাৰত শান্তি আলোচনা, আনফালে গাজাত ধাৰাসাৰ বোমাবর্ষণ৷ পেলেষ্টাইনী জনতাৰ বিৰুদ্ধে পাশৱিকতাৰ পৰিচয় দিলে ইজৰাইলী সেনাই৷ গাজাত যুদ্ধবিৰতিৰ বিষয় লৈ…

গুৱাহাটী এইমছত ৭৭টা অধ্যাপকৰ পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ১৯ জানুৱাৰী সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) গুৱাহাটীত শিক্ষকৰ পদত অর্হতাসম্পন্ন প্রার্থী নিযুক্তি দিয়া হ’ব৷

অষ্ট্রেলিয়াৰ মাটিত ঋষভ-সন্ত্ৰাস

🔹 টেষ্ট ক্রিকেটত দ্রুত অর্ধশতক অৰ্জন কৰা বিদেশী খেলুৱৈ নিউজ ডেস্ক, ৫ জানুৱাৰী : অষ্ট্রেলিয়াৰ মাটিত এক নতুন নজিৰ গঢ়িলে টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টে৷ ছিডনী টেষ্টৰ দ্বিতীয় দিনা দ্বিতীয় ইনিংছত মাত্র ২৯টা বলত অর্ধশতক অর্জন কৰি…

আকৌ সাংবাদিকক হত্যা

🔹 ১২০ কোটি টকাৰ দুর্নীতিৰ তথ্য ফাদিলেই কাল হ'ল নেকি মুকেশৰ নিউজ ডেস্ক, ৫ জানুৱাৰী : ছত্তিশগড়ত এগৰাকী জনপ্রিয় সাংবাদিকৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ সাংবাদিক হিচাপে ৰাজ্যখনৰ বষ্টাৰ অঞ্চলত জনপ্রিয় আছিল মুকেশ চন্দ্রকৰ৷ ইফালে,…

বিদ্যালয়ৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে দান কৰিলে কাঠেৰে নিৰ্মিত গঁড়

🔹 ৰূপহী উ: মা: বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ ৷ ২০১০ আৰু ২০১১ বৰ্ষৰ প্ৰাক্তন ছাত্ৰকেইজনে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌন্দৰ্য…

বুঢ়াচাপৰিত গোৰ্খা সাংস্কৃতিক ভৱনৰ আধাৰশিলা স্থাপন

🔹 'মুখ্যমন্ত্ৰীৰ নেতৃত্বতে সদায় সুৰক্ষিত হৈ থাকিব গোৰ্খা মহাজাতি' নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : শোণিতপুৰৰ ঐতিহাসিক বুঢ়াচাপৰিত এটা গোৰ্খা সাংস্কৃতিক ভৱনৰ আধাৰশিলা স্থাপন কৰে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ…

ইউকো বেংকত ৬৮টা স্পেচিয়েলিষ্ট বিষয়াৰ পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জানুৱাৰী ইউকো বেংকত খালী হোৱা ৬৮টা বিশেষ বিষয়া পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

বিনিয়োগকাৰীৰ সন্ধানত মুম্বাইত মুখ্যমন্ত্রী-টাটা গ্রুপৰ বৈঠক

🔹 এডভাণ্টেজ আছাম ২.০ 🔹 সোমবাৰে ৰোড শ্ব’ত অংশগ্রহণ কৰিব ড০ শর্মাই বিশেষ বাৰ্তা, ৫ জানুৱাৰী : অসম চৰকাৰৰ উচ্চ ক্ষমতাসম্পন্ন প্রতিনিধি দলৰ নেতৃত্বত মুম্বাইলৈ যোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টাটা কোম্পানীৰ অধ্যক্ষ এন চন্দ্রশেখৰণক…

ছিডনীতো ৰেকৰ্ড বেংক স্থাপন যশপ্রীত বুমৰাহৰ

🔹 ভংগ কৰিলে ৪৭ বছৰীয়া পুৰণি অভিলেখ নিউজ ডেস্ক, ৫ জানুৱাৰী : অষ্ট্রেলিয়াৰ মাটিত চলিল যশপ্রীত বুমৰাহৰ বলিঙৰ তীক্ষ্ণধী চোক৷ ধাৰাবাহিকতা ৰক্ষাৰে প্রায় অকলেই অষ্ট্রেলিয়াক এই শৃংখলাত প্রত্যাহ্বান জনালে তাৰকা পেচাৰগৰাকীয়ে৷ কেংগাৰু বাহিনীৰ বেটিং…

সাৱধান ! ডেটিং এপৰে ৭০০ মহিলাক প্রতাৰণা

🔹 আমেৰিকান মডেল বুলি পৰিচয় দি গঢ়িছিল সম্পর্ক : প্রতাৰকক গ্রেপ্তাৰ নিউজ ডেস্ক, ৫ জানুৱাৰী : ডেটিং এপত নিজকে আমেৰিকান মডেল বুলি পৰিচয় দি ৭০০গৰাকী মহিলাৰ সৈতে গঢ়ি তুলিছিল সম্পর্ক! মূলতঃ ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰৰ মহিলাসকলক টার্গেট কৰি…