নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ হকী খেলুৱৈৰ দুর্দশা, খেলুৱৈয়ে দৈনিক ভাট্টা হিচাপে পাব ৩৩৫ টকা

ডিজিটেল ডেস্ক, ২৪ মে’ : আকৌ এবাৰ পোহৰলৈ আহিল পাকিস্তানৰ হকী খেলুৱৈৰ দুর্দশা৷ পাকিস্তান হকী ফেডাৰেচনৰ আর্থিক অৱস্থা ইমানেই বেয়া যে বিশ্বকাপৰ পূর্বে দৈনিক ভাট্টাও সঠিকভাৱে পোৱা নাই ৰাষ্ট্রীয় দলটোৰ খেলুৱৈসকলে৷ বিশ্বকাপৰ বাবে সাজু হোৱা…

পলাশবাৰীত ভয়ানক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চাৰি যুৱকে

ডিজিটেল ডেস্ক, ২৪ মে' : পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মিৰ্জাৰ পৰা পলাশবাৰীলৈ যোৱা পথত নিশা প্ৰায় দুই বজাত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন যুৱক। আনহাতে, আন দুজন আহত যুৱকক সংকটজনক…

প্রথম অসমীয়া মহিলা, মাউণ্ট এভাৰেষ্টত লখিমপুৰৰ ৰূপামণি

ডিজিটেল ডেস্ক, ২৪ মে’ : ‘ক্লীন হিমালয়–ছেভ গ্লেছিয়াৰ’ অভিযানৰ অংশ হিচাপে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)–এ বিশ্বৰ সর্বোচ্চ উচ্চতাৰ শৃংগ মাউণ্ট এভাৰেষ্ট ইতিমধ্যে জয় কৰিছে৷ এইবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ইতিহাস ৰচনা কৰিলে ইণ্ডো–তিব্বত সীমান্ত…

আই পি এলত প্লেঅফৰ আশা সজীৱ পঞ্জাব কিংছৰ

ডিজিটেল ডেস্ক, ২৪ মে’ : পঞ্জাব কিংছে চলিত আইপিএলৰ প্লেঅফত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ প্রতিযোগিতাখনৰ শনিবাৰে অনুষ্ঠিত মৰণপণ যুঁজ মেচখনত পঞ্জাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৭ উইকেটত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি শ্রেয়াছ আয়াৰ বাহিনীয়ে…

২৪ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ মে’, জেঠ মাহৰ ৯ তাৰিখ দেওবাৰ : তিথি–শুক্লাষ্টমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই মেষ : আজি নিবনুৱাসকলৰ কর্মসংস্থাপনৰ যোগ৷ সংঘাত আঁতৰিব৷ কর্মত উন্নাতিৰ যোগ৷ শৰীৰৰ শুভ৷ বিদ্যাত অধিক মনোযোগৰ দৰকাৰ৷ শুভ ৰং নীলা, শুভ সংখ্যা–৪৷ বৃষ :…

আগমনিত দুই নকল সোণ ব্যৱসায়ী আটক

ডিজিটেল ডেস্ক, আগমনি, ২৩ মে' : ধুবুৰী জিলাৰ আগমনি আৰক্ষীৰ জালত পৰিল দুই নকল সোণ ব্যৱসায়ী। আগমনি আৰক্ষী থানাৰ অন্তৰ্গত সিন্দুৰাই গাঁৱৰ আব্দুল ছালাম আলী আৰু বেলগুৰিৰ আনোৱাৰ হুছেইনে দীৰ্ঘদিন ধৰি নকল সোণৰ ৰমৰমীয়া বেহা চলাই আছিল। অভিযোগ মতে,…

কয়লা খনিত ভয়াৱহ বিস্ফোৰণত কমেও ৯০জনৰ জীৱন শেষ

ডিজিটেল ডেস্ক, ২৩ মে' : চীনত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। কয়লা খনিত হোৱা ভয়াৱহ বিস্ফোৰণৰ ফলত কমেও ৯০জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। সূত্ৰৰ খবৰ অনুসৰি, এতিয়াও খনিটোৰ ভিতৰত বহু লোক আবদ্ধ হৈ আছে। যুদ্ধকালীন তৎপৰতাৰে চলিছে উদ্ধাৰ…

ঈদ-উল আজহা : ধুবুৰীৰ বজাৰত ক্ৰমশঃ ঊৰ্ধ্বমুখী শাক-পাচলি, মাংসৰ দাম

পূজা-পাৰ্বণ আহিলেই ধুবুৰীৰ বজাৰত মূল্যবৃদ্ধি ঘটিবলৈ লোৱাটো এক স্বাভাবিক ঘটনাত পৰিণত হৈছে। ঠিক অনুৰূপে, ইছলামধৰ্মী লোকৰ পৱিত্ৰ ঈদ-উল আজহাৰৰ আগে আগে ধুবুৰীৰ বজাৰত শাক-পাচলী আৰু মাংসৰ দাম ক্ৰমশঃ উৰ্ধমুখী হ'বলৈ লোৱা দেখা গৈছে। ইতিমধ্যে ধুবুৰী…

ধুবুৰীত গৰাকীবিহীন চাৰিটা গো-ধন উদ্ধাৰ আৰক্ষীৰ

আগন্তুক ঈদ-উল আজহাৰ আগে আগে ধুবুৰী চহৰৰ পৰা সামান্য নিলগৰ বৰলুইতৰ মাজৰ এটা সৰু বালিৰ চাপৰিত অভিযান চলাই ধুবুৰী আৰক্ষীৰ এটি দলে গৰাকীবিহীন চাৰিটাকৈ গো-ধন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ধুবুৰী চহৰৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুৰী…

মোটা অংকৰ ধনৰ বিনিময়ত ৰাজ্যসভাৰ টিকট বিক্ৰী, বিস্ফোৰক অভিযোগ হৰভজন সিঙৰ

ডিজিটেল ডেস্ক, ২৩ মে' : অলপতে বিজেপিত যোগদান কৰা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে আম আদমী পাৰ্টীৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। কিছুদিন আগলৈকে আপৰ সৈতে জড়িত থকা হৰভজনৰ দাবী- আম আদমী পাৰ্টীৰ শীৰ্ষ নেতাসকলে মোটা অংকৰ ধনৰ বিনিময়ত…