নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫টা কুকুৰ পোৱালিক জীৱন্তে জ্বলালে ২ ভগ্নীয়ে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ সাধাৰণতে অতি নৃশংস ঘটনাৰ ক্ষেত্রত ‘পাশৱিক’ শব্দটো ব্যৱহৃত হয়৷ কিন্তু উত্তৰ প্রদেশৰ মীৰাট এনে অমানৱীয় ঘটনাৰ সাক্ষী হ’ল যে যাক বুজাবলৈ পাশৱিক শব্দটো সঠিক নহয়৷ পশুৰ মাজতো এনে নিষ্ঠূৰতা কেতিয়াও দেখিবলৈ পোৱা…

ৰে’লৰ ইঞ্জিন-দবাৰ মাজৰ কাপলিং খুলিবলৈ গৈ কৰুণ মৃত্যু যুৱকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ বিহাৰৰ বেগুচৰাইত মর্মান্তিক দুর্ঘটনা চহৰখনৰ বাৰাউনি ষ্টেচনত কালি ৰে’ল ইঞ্জিন আৰু দবাৰ মাজৰ কাপলিং খুলিবলৈ গৈ মৃত্যু হৈছে ২৫ বছৰৰ এজন যুৱক৷ ৰে’ল কর্মী যুৱকজনৰ নাম অমৰ কুমাৰ৷ অমৰ ৰে’লৰ পইণ্টছমেন আছিল৷…

ব্রিটিছ প্রধানমন্ত্রীৰ দীপাৱলীৰ ভোজত সুৰা-মাংস

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰৰ বাসভৱনত দীপাৱলী অনুষ্ঠানত আমিষ ভোজ খুওৱা হৈছে বুলি অভিযোগ তুলিছে দেশখনত বাস কৰা একাংশ হিন্দু লোকে৷ দীপাৱলী উপলক্ষে লণ্ডনৰ ১০ ডাউনিং ষ্ট্রীটত থকা বাসভৱনত নৈশ ভোজৰ…

ড০ নগেন শইকীয়ালৈ ‘ধ্রুপদী অসমীয়া ভাষা বঁটা–২০২৪’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ এনইএফ আইন মহাবিদ্যালয়ৰ উদ্যোগত বিগত ৮ নৱেম্বৰৰ পৰা মহাবিদ্যালয়খনৰ লখৰাৰ সাউকুছি চৌহদত অনুষ্ঠিত হোৱা গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলৰ কালি সামৰণি পৰে৷ ভাষা–সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন বর্ণাঢ়্য কার্যসূচীৰে…

জটিল ৰোগত আক্ৰান্ত বজালীৰ মেধাৱী ছাত্ৰী মনমিতা পাটগিৰী

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ যিসময়ত পঢ়া শুনাকে ধৰি লগৰ বন্ধু বান্ধৱীৰ সতে সময় অতিবাহিত কৰিব লাগিছিল সেই সময়তে এতিয়া চিকিৎসালয়ৰ বিচনাত যন্ত্ৰণাকাতৰ জীৱন কটাবলগীয়া হৈছে বজালীৰ শিঙিমাৰীৰ মেধাবী শিক্ষাৰ্থী মনমিতাই৷ উল্লেখযোগ্যযে…

২২ বছৰ পিছত অষ্ট্রেলিয়াৰ মাটিত এদিনীয়া শৃংখলা জয় পাকিস্তানৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ ধাৰাবাহিক ব্যর্থতাৰ পিছত পাকিস্তান ক্রিকেটে অষ্ট্রেলিয়াৰ মাটিত কিছু পৰিমাণে হ’লেও অক্সিজেন লাভ কৰিলে৷ ২২ বছৰ পিছত অষ্ট্রেলিয়াৰ মাটিত এদিনীয়া শৃংখলা জয় কৰিলে পাকিস্তানে৷ তিনিখন মেচৰ শৃংখলাত অন্তিম মেচত…

লাহোৰত হ’বলগীয়া চেম্পিয়নছ ট্রফীৰ অনুষ্ঠান বাতিল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ ভাৰতৰ আপত্তিৰ বাবে বিপাঙত পৰিছে ইণ্টাৰনেচনেল ক্রিকেট কাউন্সিল (আইচিচি)৷ বাতিল কৰা হৈছে চেম্পিয়নছ ট্রফীৰ অনুষ্ঠান৷ কাইলৈ লাহোৰত অহা বছৰৰ প্রতিযোগিতা উপলক্ষে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ কিন্তু ভাৰতীয়…

ভাৰতৰে প্রথম টেষ্টৰ দল ঘোষণা অষ্ট্রেলিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ বহু প্রতীক্ষিত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী ক্রিকেটৰ প্রথম টেষ্টৰ বাবে দল ঘোষণা কৰিছে অষ্ট্রেলিয়াই৷ মুঠ ১৩গৰাকী সদস্যৰ দলটোত দুজন টেষ্ট ক্রিকেটৰ অনভিজ্ঞ খেলুৱৈ অন্তর্ভুক্ত কৰা হৈছে৷ ইয়াৰে এজন এদিনীয়া দলৰ…

চামগুৰিত নির্বাচনী হিংসা

নির্বাচন বাহুবল অথবা ধনবলৰ পৰীক্ষা নহয়৷ এই ৰণক্ষেত্র জনবলৰহে৷ ইভিএম নতুবা বেলট পেপাৰৰ জৰিয়তে যিজন প্রার্থীয়ে অধিক সমর্থন গোটাবলৈ সক্ষম হয়, বিজয় মাল্য তেওঁৰেই ডিঙিত পৰে৷ কিন্তু সকলোৱে ভোট গোটোৱা অর্থাৎ সমর্থন আদায়ৰ নীতিনিষ্ঠ পথটোৰে নাযায়৷…