নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ বছৰীয়া পুৰণি বাহন ১৫ ফুট দ গাঁতত সমাধিস্থ

🔹 ১,৫০০ লোকৰ উপস্থিতিত আৱেগিক বিদায় নিউজ ডেস্ক, ১০ নৱেম্বৰ : গুজৰাটৰ এটা পৰিয়ালে তেওঁলোকৰ ১২ বছৰীয়া পুৰণি বাহন এখন ১,৫০০ লোকৰ উপস্থিতিত সমাধিস্থ কৰা ভিডিঅ’ই সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ আৰমেল জিলাত গুজৰাটী পৰিয়ালটোৱে…

দক্ষিণ আফ্রিকাৰ সন্মুখত আত্মবিশ্বাসী সূর্য কুমাৰ নেতৃত্বাধীন টীম ইণ্ডিয়া

🔹 প’ৰ্ট এলিজাবেথত আজি দ্বিতীয় টি–২০ নিউজ ডেস্ক, ১০ নৱেম্বৰ : ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি প’ৰ্ট এলিজাবেথত অনুষ্ঠিত হ’ব৷ প্রথমখন মেচত সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস…

স্বর্ণ জিনি ভাৰতৰ নাম উজলালে মাজুলীৰ পৱিত্র নাথে

🔹 মালদ্বীপত বিশ্ব বডী বিল্ডিং আৰু ফিজিক চেম্পিয়নশ্বিপ বিশেষ বার্তা, ১০ নৱেম্বৰ : মাজুলীৰ সু–সন্তান পৱিত্র নাথে মালদ্বীপত অনুষ্ঠিত বিশ্ব বডী বিল্ডিং আৰু ফিজিক স্প’ৰ্টছ চেম্পিয়নশ্বিপৰ ১৭৫ চি এম শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ পৱিত্র…

চামগুৰিত নিশা বিধায়ক জিতু গোস্বামীৰ গাড়ীলৈ গুলীচালনা

🔹 উপ–নির্বাচনৰ প্রচাৰতে বঢ়মপুৰৰ বিধায়কক হত্যাৰ চেষ্টা কংগ্রেছী গুণ্ডাৰ 🔹 বাহনলৈ লক্ষ্য কৰি তিনিজাঁই গুলী–প্রচণ্ড শিলাবর্ষণ বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : হত্যা–হিংসাৰে নির্বাচনী প্রচাৰ উত্তেজনাপূর্ণ হৈ পৰা চামগুৰিত এক ভয়ানক কাণ্ড সংঘটিত হয়৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ নৱেম্বৰ, কাতি মাহৰ ২৪ তাৰিখ দেওবাৰ : তিথি–শুক্লানৱমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই মেষ : নানাধৰণৰ চিন্তা থাকিব৷ অৱশ্যে পূর্বতে দিয়া কথাৰ প্রতি বেছি সক্রিয় হোৱা দৰকাৰ৷ আপোনাৰ শুভ বর্ণ বগা৷ বগা ৰং ব্যৱহাৰ কৰিব৷ যাত্রা শুভ৷ শুভ…

প্ৰৱঞ্চনাৰ ক্ষেত্ৰত নিজস্ব অভিলেখ ভংগ কৰিছে কংগ্ৰেছে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ নিৰ্বাচনৰ দামামা বাজিছে মহাৰাষ্ট্ৰত। প্ৰধানমন্ত্ৰী মোদী জঁপিয়াই পৰিছে নিৰ্বাচনী মহাৰণত। মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান লক্ষ্য হৈ পৰিছে কংগ্ৰেছ। তেওঁ কয়, মহাৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি…

খৈৰাবাৰীত ৬৪সংখ্যক গুৰিহাটী ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ঐতিহ্যমণ্ডিত গুৰিহাটী ৰাস মহোৎসৱটি এইবেলি ১৪ নবেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ১২ দিনীয়াকৈ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৬৪ সংখ্যক এই ৰাসোৎসৱটি সুচাৰুৰূপে চলাই নিয়াৰ বাবে বি টি চিৰ…

তেলেংগানাত জাতিভিত্তিক লোকপিয়লৰ কাম আৰম্ভ কৰিব কংগ্ৰেছে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ কংগ্ৰেছে ঘোষণা কৰিছে তেলেংগানাত জাতিভিত্তিক লোকপিয়লৰ কাম আৰম্ভ কৰা হ’ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই সমীক্ষাক এক ঐতিহাসিক আৰু বৈপ্লৱিক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে এই সমীক্ষাৰ অধীনত…

বালিপৰাত ৰাস মহোৎসৱৰ আয়োজন

🔹 কংসৰ চৰিত্ৰত অভিনয় কৰিব বিধায়ক পদ্ম হাজৰিকাই নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰাতো ৰাস মহোৎসৱৰ যো-জা চলিছে । প্ৰতিবছৰৰ দৰে এইবেলিও বালিপৰাত সাৰ্বজনীন ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে ।…

মানকাচৰৰ ৩৩ বছৰীয়া লোক সন্ধানহীন

🔹 মানসিক বিকাৰগ্ৰস্ত ৰিজাবুলৰ সন্ধান বিচাৰি পৰিয়ালত হাহাকাৰ নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত জোৰডাল প্ৰথম খণ্ড গাঁৱৰ আব্দুল বাতেনৰ বিবাহিত পুত্ৰ ৰিজাবুল হক যোৱা ২৩ অক্টোবৰৰ পৰা…