পাকিস্তানৰ কোৱেটাত ভয়ংকৰ বিস্ফোৰণত ২৪জন নিহত, আহত অৰ্ধশতাধিক
ডিজিটেল ডেস্ক, ২৪ মে' : পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কোৱেটা প্ৰদেশত পুনৰ বিদ্ৰোহীৰ লক্ষ্য হৈ পৰিল জাফৰ এক্সপ্ৰেছ। দেওবাৰে কোৱেটাৰ চমন ফাটকৰ ওচৰত এখন যাত্ৰীবাহী ৰে'লত আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত ৰে'লখনৰ কেইবাটাও দবা…