নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক অৱ বৰোদাত ১,২৬৭ পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৭ জানুৱাৰী বেংক অৱ বৰোদাত খালী হোৱা যথেষ্টসংখ্যক বিষয়াৰ পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

কাছাৰত কালভাৰ্টৰ তলত উদ্ধাৰ ২ কোটি টকাৰ কফ ছিৰাপ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : কাছাৰ জিলাৰ বৰখলাৰ দামচৰা কালভাৰ্টৰ তলৰ পৰা উদ্ধাৰ কৰা হয় ১১ হাজাৰৰো অধিক কফ ছিৰাফ । শুকুৰবাৰে গভীৰ নিশা বিশ্বাসযোগ্য চোৰাংচোৱাৰ খবৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে বৰখলা থানাৰ অন্তৰ্গত দামচৰাৰ ঘাইপথৰ কালভাৰ্টৰ তলত…

‘বিভিন্ন ৰোগৰ নিৰাময়’ উন্মোচন ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাৰ

বিশেষ বার্তা, ৪ জানুৱাৰী : গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মহানগৰ জিলা আয়ুক্ত কার্যালয়ৰ সমীপৱর্তী ৰয়েল ডাইন ৰেস্তোৰাঁৰ সভাকক্ষত এক গাম্ভীর্যপূর্ণ গ্রন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷ সভাৰ প্রাৰম্ভণিতে প্রাক্তন প্রধানমন্ত্রী প্রয়াত ড০ মনমোহন সিঙৰ…

পুহমহীয়া জাৰত কঁপিছে ৰাজ্যবাসী : এসপ্তাহলৈ থাকিব ডাঠ কুঁৱলী

🔹 নিশা ১০ বজাৰ পৰা পুৱাৰ ভাগলৈ নচলাব বাহন ! বিশেষ বার্তা, ৪ জানুৱাৰী : পুহমহীয়া জাৰত কঁপিছে সমগ্র ৰাজ্য৷ মাঘ বিহুৰ পূর্বে ৰাজ্যত তাপমাত্র যথেষ্ট নিম্নগামী হোৱাৰ ফলত শীতৰ প্রকোপ বৃদ্ধি পাইছে৷ চলিত সপ্তাহত ৰাজ্যৰ তাপমাত্রা ১২–১৩ ডিগ্রী…

ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৭ জানুৱাৰী বাংগালুৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চত খালী হোৱা পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ সদস্য নিৰ্বাচিত ঢকুৱাখনাৰ ড৹ পংকজ ভৰালী

🔹 অসমীয়া যুৱ বিজ্ঞানীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসম-সন্তান। অসমীয়া বিজ্ঞানী তথা ঢকুৱাখনাৰ সু-সন্তান ড৹ পংকজ ভৰালীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি। সম্প্ৰতি যোৰহাটৰ নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ…

এছবিআইত ৬০০ বিষয়া পদৰ নিযুক্তিৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী ষ্টেট বেংক অৱ ইণ্ডিয়াত প্রবেছনাৰী অফিচাৰ (পিঅ’)ৰ ৬০০ খালী পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

অধিনায়ক ৰোহিত শর্মাৰ টেষ্টৰ দুৱাৰ বন্ধ

🔹 মুখ্য নির্বাচক আগৰকাৰে কৰিলে বিস্ফোৰক মন্তব্য নিউজ ডেস্ক, ৪ জানুৱাৰী : টি–২০ৰ পিছত এইবাৰ টেষ্টতো অন্ত পৰিছে ৰোহিত শর্মাৰ কেৰিয়াৰ! অষ্ট্রেলিয়াৰ বিপক্ষে চলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ মেলব’ৰ্নত অনুষ্ঠিত চতুর্থ টেষ্টখনেই এতিয়া ৰোহিতৰ…

স্পীডব্রেকাৰত এম্বুলেঞ্চৰ জোকাৰণিত জীৱিত হৈ উঠিল ‘মৃত’ ব্যক্তি

🔹 চাঞ্চল্যকৰ ঘটনা : পুনৰ চিকিৎসাত সম্পূর্ণ সুস্থ নিউজ ডেস্ক, ৪ জানুৱাৰী : কেতিয়াবা পথৰ স্পীডব্রেকাৰ গাড়ীচালকৰ বাবে হৈ পৰে যন্ত্রণাদায়ক৷ বিভিন্নজনে এই স্পীডব্রেকাৰক মৰণফান্দ বুলি গণ্য কৰে৷ কিন্তু এই স্পীডব্রেকাৰেই এগৰাকী মৃত ব্যক্তিক জীৱিত…

HMPV : চীনত পুনৰ ৰহস্যময় ভাইৰাছৰ প্রাদুর্ভাৱ

🔹 পৃথিৱীৰ বাসিন্দালৈ আন এক শংকা ড্রেগনৰ দেশৰ 🔹 শিশু–বৃদ্ধসহ বহুজন আক্রান্ত : চিকিৎসালয়ত দীঘলীয়া শাৰী 🔹 মাস্ক পৰিধান, সঘনাই হাত ধুবলৈ নির্দেশনা নিউজ ডেস্ক, ৪ জানুৱাৰী : ক’ভিড–১৯ৰ ভয়াৱহতা পুনৰ উভতি আহিব নেকি? পৃথিৱীবাসীলৈ আন এক শংকা…