আগমনিত দুই নকল সোণ ব্যৱসায়ী আটক
ডিজিটেল ডেস্ক, আগমনি, ২৩ মে' : ধুবুৰী জিলাৰ আগমনি আৰক্ষীৰ জালত পৰিল দুই নকল সোণ ব্যৱসায়ী। আগমনি আৰক্ষী থানাৰ অন্তৰ্গত সিন্দুৰাই গাঁৱৰ আব্দুল ছালাম আলী আৰু বেলগুৰিৰ আনোৱাৰ হুছেইনে দীৰ্ঘদিন ধৰি নকল সোণৰ ৰমৰমীয়া বেহা চলাই আছিল।
অভিযোগ মতে,…