এবিভিপিৰ ৰাষ্ট্ৰীয় সভাপতি-সম্পাদকৰ নিৰ্বাচন সম্পন্ন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পদৰ নিৰ্বাচনী প্ৰক্ৰিয়া মুম্বাইস্থিত এবিভিপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা সম্পূৰ্ণ হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ…
ভাৰতীয় সংস্থাৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰিব ট্রাম্পে!
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ ৰিপাব্লিকান নেতা ড’নাল্ড ট্রাম্পৰ জয়ৰ পিছতে নতুন দিল্লী আৰু ৱাশ্বিংটনৰ সম্পর্কই নতুন মাত্রা লাভ কৰিব বুলি আশা প্রকাশ কৰিছে বিদেশ মন্ত্রণালয়ৰ একাংশ বিষয়ববীয়াই৷ যোৱা ৪ বছৰত…
ঐতিহাসিক : দেশত এদিনতে ৰে’লেৰে যাত্রা তিনি কোটি লোকৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ বিশ্বৰ ভিতৰতে ভাৰতত সর্বাধিক লোকে ৰে’লেৰে যাতায়াত কৰে৷ অর্থাৎ ৰে’ল যাতায়াতৰ ক্ষেত্রত ভাৰত সদায় আগত আছে৷ শেহতীয়াকৈ ভাৰতীয় ৰে’ল বিভাগে এক ঐতিহাসিক মাইল ফলক স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ মাত্র এটা দিনতে তিনি…
পিঞ্জৰাত বাঘৰে ফটো উঠিবলৈ গৈ লটিঘটি দুই যুৱকৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ বাঘৰ পিঞ্জৰাত প্রৱেশ কৰি দুঃসাহসৰ পৰিচয় দিবলৈ গৈছিল দুজন যুৱকে৷ কিন্তু বাঘৰ হুংকাৰ শুনি কথমপি পিঞ্জৰাৰ ভিতৰৰ পৰা পলায়ন কৰি আত্মৰক্ষা কৰিলে যুৱক দুজনে৷ যাৱতীয় নিয়ম মানি থাইলেণ্ডৰ এখন চিৰিয়াখানাত বাঘৰ…
কাঠেৰে নির্মিত বিশ্বৰ প্রথমটো উপগ্রহ মহাকাশলৈ প্রেৰণ
🔹 আন্তর্জাতিক মহাকাশ কেন্দ্রলৈ পৰীক্ষামূলক উৎক্ষেপণ
🔹‘নাছা’ৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা প্রেৰিত ‘লিগনোছেট’ৰ আকাৰ মাত্র ১০ চেণ্টিমিটাৰ
নিউজ ডেস্ক, ৮ নৱেম্বৰ : মহাকাশ বিজ্ঞানত চমকপ্রদ পদক্ষেপ৷ বিশ্বৰ প্রথম কাঠেৰে নির্মিত কৃত্রিম উপগ্রহ…
ৰামৰ নামত দুই মুৰব্বীয়ে উৎসর্গা কৰিলে নিজৰ আসন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ ‘প্রভু ৰাম’–এ চলাইছে কার্যালয় এই বিশ্বাসতে ৰামৰ ছবি নিজৰ আসনত বহালে উত্তৰ প্রদেশৰ প্রতাপগড় জিলাৰ নগৰ পঞ্চায়তৰ ২ বিষয়ববীয়াই৷ এগৰাকী হৈছে গাডৱাৰা নগৰ পঞ্চায়তৰ মুৰব্বী সীমা সিং আৰু আনগৰাকী সদৰ উন্নয়ন খণ্ডৰ…
ডাৰবানত আজি প্ৰটিয়াজ বাহিনীৰে টীম ইণ্ডিয়াৰ প্রথম টি-২০
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ যুৱ খেলুৱৈৰে সমৃদ্ধ টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাত জয়েৰে অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে৷ ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি ডাৰবানত অনুষ্ঠিত হ’ব৷ যুৱ…
আইএছএলত আজি নর্থ-ইষ্টৰ সন্মুখত বেংগালুৰু
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ গুৱাহাটীত ক্রমাগত তিনিখন মেচ খেলি অন্তিম দুখনত চমকপ্রদ জয়েৰে আত্মবিশ্বাস তুংগত থকা নর্থ–ইষ্ট ইডনাইটেড এফচিয়ে আজি বেংগালুৰুৰ কান্তি ৰাভা ষ্টেডিয়ামত হ’ব লগা চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ মেচখনত পইণ্ট…
সম্পাদকীয় : শব্দ প্রদূষণ
পোহৰৰ উৎসৱ দীপাৱলীৰ পিছত সমগ্র দেশত প্রদূষণৰ কবলত পৰিছে৷ মহানগৰ অঞ্চলসমূহত প্রদূষণৰ মাত্রা সর্বাধিক৷ বায়ু প্রদূষণে ৰাজধানী দিল্লীৰ পৰা সমগ্র দেশৰ প্রধান প্রধান চহৰসমূহ বিপজ্জনক স্থিতিলৈ পর্যবসিত হৈছে৷ দীপাৱলীত কেৱল বায়ু প্রদূষণেই নহয়, শব্দ…