নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৮ মাহতেই চীনত বিশ্বৰ সর্ববৃহৎ ৰে’ল ষ্টেচন নির্মাণ ৰব’টৰ

ডিজিটেল ডেস্ক, ২২ মে’ : বিশ্বৰ সর্ববৃহৎ ষ্টেচনটো অৱস্থিত চীনত৷ সঁচাকৈয়ে সমগ্র বিশ্বৰ ওচৰত এক বিস্ময় চংকিং ইষ্ট ৰে’লৱে ষ্টেচনটো৷ মাত্র ৩৮ মাহতেই নির্মাণ কৰি উলিওৱা এই ষ্টেচনটো নির্মাণ কৰিছে ৰব’ট বাহিনীয়ে৷ ২০২৫ চনৰ মে’ মাহত এই ষ্টেচনটো…

বিজয় অপৰিহার্য মেচত গুজৰাট টাইটানছৰ হাতত পৰাস্ত চেন্নাই

ডিজিটেল ডেস্ক, ২২ মে’ : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলৰ প্লেঅফৰ দৌৰৰ পৰা বাহিৰ হৈছে৷ প্রতিযোগিতাখনৰ বৃহস্পতিবাৰে অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত চেন্নাই গুজৰাট টাইটানছৰ হাতত ৮৯ ৰানত পৰাস্ত হয়৷ মেচখনত গুজৰাটে জয়ৰ বাবে…

সম্পাদকীয় : ‘চিকেন নেক’ৰ ভূমি হস্তান্তৰ

ৰাষ্ট্রীয় সুৰক্ষা, অখণ্ডতা আৰু ৰণকৌশলগত দৃষ্টিকোণেৰে অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈ অহা দেশৰ বাকী অংশৰ সৈতে উত্তৰ–পূর্বাঞ্চলক সংলগ্ণ কৰা ‘চিকেন নেক’ বা শিলিগুৰি কৰিড’ৰ এলেকাটো শেহতীয়াকৈ পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে৷ সুদীর্ঘ দিন ধৰি এই…

২২ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ মে’, জেঠ মাহৰ ৭ তাৰিখ, শুকুৰবাৰ মেষ : কর্মত উন্নতি৷ ব্যৱসায়ত মধ্যম৷ ব্যয় বৃদ্ধি৷ পূব দিশত ভ্রমণ নকৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷ বৃষ : কর্মসংস্থাপনৰ যোগ৷ পাৰিলে শনি মন্দিৰ দর্শন কৰিব, শুভ হ’ব৷ আঁকোৰগোজ মনোভাবৰ পৰা ক্ষতি৷…

নাৰায়ণ ডেকা বিনাপ্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত

নলবাৰী জিলাৰ মুকালমুৱাত ৫০ বছৰত ভৰি দিয়া বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ সাধাৰণ সভাত আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সভাপতি হিচাপে পুনৰবাৰ বিধায়ক নাৰায়ণ ডেকা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। উল্লেখ্য যে ১৯৭৭ চনত প্ৰয়াত…

বলিন চেতিয়াক মন্ত্ৰিত্ব প্ৰদানৰ দাবী সমষ্টিবাসীৰ

যোৱা ৯ এপ্ৰিলত অসমত হোৱা সাধাৰণ নিৰ্বাচনৰ যোৱা ৪ মেত ঘোষিত ফলাফলত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰঙ্কুশ সংখ্যাাগৰিষ্ঠতা লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল ৷ ৰাজ্যৰ অন্যান্য বিধানসভা সমষ্টিৰ দৰেই উজনিৰ ৮১ নং শদিয়া সমষ্টিটোতো…

ধুবুৰীত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ আৰু বজাৰ স্থিতিশীলতা বজাই ৰখাৰ উদ্দেশ্যেৰে ধুবুৰী জিলাৰ জিলা আয়ুক্ত মেঘা নিধি দাহালে আজি স্থানীয় ব্যৱসায়ী মহল আৰু বিভিন্ন অংশীদাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। ধুবুৰীস্থ জিলা আয়ুক্ত…

বি এইচ বি মহাবিদ‍্যালয়ত গ্ৰন্থ উন্মোচন

আজি বি এইচ বি মহাবিদ‍্যালয়ত “Human Rights in position of Immigrant Muslims in Assam” শীৰ্ষক এখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান সম্পন্ন হৈ যায়।গ্ৰন্থ‍খনৰ লেখকদ্বয় ক্ৰমে মাধৱ চৌধুৰী মহাবিদ‍্যাবিদ‍্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ‍্যাপক ডঃ…

পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা বুৰহান নিহত

ডিজিটেল ডেস্ক, ২১ মে' : দেশ কঁপাই যোৱা পুলৱামা আক্ৰমণৰ অন্যতম মূল চক্ৰান্তকাৰী বুলি অভিযুক্ত সন্ত্ৰাসবাদী হামজা বুৰহানক পাকিস্তান অধিকৃত কাশ্মীৰত গুলীয়াই হত্যা কৰা হৈছে। বাতৰি অনুসৰি, মুজাফ্ফৰাবাদত অজ্ঞাত আততায়ীয়ে হামজা বুৰহানক লক্ষ্য কৰি…

বিশ্বমুখী অসমৰ পৰিচয় : এৰী আৰু জহা চাউলে কঢ়িয়ালে গৌৰৱৰ সুবাস

বিশ্বৰ কূটনৈতিক মঞ্চত এতিয়া পুনৰ উজলি উঠিছে অসমৰ পৰিচয়। অসমৰ গৌৰৱ আৰু স্বাভিমান এৰী বস্ত্ৰক বিশ্বমুখী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইটালী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া…